क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् ।
तज्ज्ञानं चित्तसहितं देवि शून्यालयो भवेत् ॥५१॥
kvacid vastuni vinyasya śanair dṛṣṭiṃ nivartayet |
tajjñānaṃ cittasahitaṃ devi śūnyālayo bhavet
anuṣṭubh
কোনো বস্তুত দৃষ্টি স্থাপন কৰি ধীৰে ধীৰে তাক সমেটি লোৱাত — হে দেৱী, চিত্তসহ সেই জ্ঞান শূন্যৰ আলয় (নিৱাস) হৈ পৰে।