1.19 शक्तिसन्धाने शरीरोत्पत्तिः ॥१९॥ śakti-sandhāne śarīrotpattiḥ sūtra śakti-sandhāne — (দিব্য) শক্তিৰ সৈতে সন্ধানত ; śarīra-utpattiḥ — (ইচ্ছিত) শৰীৰৰ উৎপত্তি শক্তিৰ সৈতে সন্ধান কৰিলে (ইচ্ছামতে) শৰীৰৰ উৎপত্তি হয়।