2.3 विद्याशरीरसत्ता मन्त्ररहस्यम् ॥३॥ vidyā-śarīra-sattā mantra-rahasyam sūtra vidyā-śarīra-sattā — (শুদ্ধ) বিদ্যা যাৰ শৰীৰ — এনে সত্তা ; mantra-rahasyam — মন্ত্ৰৰ ৰহস্য বিদ্যা যাৰ শৰীৰ — এনে সত্তাই মন্ত্ৰৰ ৰহস্য।