1.2 स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति ॥२॥ svecchayā svabhittau viśvam unmīlayati sūtra sva-icchayā — নিজৰ ইচ্ছাৰে ; sva-bhittau — নিজৰ ভিত্তিত (আত্মৰূপ পৰ্দাত) ; viśvam — বিশ্বক ; unmīlayati — উন্মীলন কৰে, প্ৰকটিত কৰে তেওঁ নিজৰ ইচ্ছাৰে নিজৰ পৰ্দাত (আত্মৰূপ ভিত্তিত) বিশ্বক উন্মীলন কৰে।