यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ।
प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ॥४६॥
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet |
pratikṣaṇaṃ kṣīṇavṛtter vailakṣaṇyaṃ dinair bhavet
anuṣṭubh
যেনেতেনে, যত-ত'তেই, দ্বাদশান্তত মন নিক্ষেপ কৰিব লাগে। প্ৰতি মুহূৰ্তত বৃত্তি ক্ষীণ হৈ অহাজনৰ কেইদিনৰ ভিতৰতে অসাধাৰণ বৈলক্ষণ্য (উপলব্ধি) হ'ব।