1.5 उद्यमो भैरवः ॥५॥ udyamo bhairavaḥ sūtra udyamaḥ — (সচেতনতাৰ) আকস্মিক উদয়/উন্মেষ ; bhairavaḥ — ভৈৰৱ, পৰম শিৱ (শুদ্ধ চেতনাৰ) আকস্মিক উদয়েই ভৈৰৱ।