1.17 वितर्क आत्मज्ञानम् ॥१७॥ vitarka ātmajñānam sūtra vitarkaḥ — (দৃঢ়) প্ৰত্যভিজ্ঞামূলক বোধ, প্ৰতিফলিত নিশ্চয় ; ātma-jñānam — আত্মজ্ঞান (দৃঢ়) বিতৰ্কই আত্মজ্ঞান।